Breaking News

দালাই লামাক হত্যাৰ পৰিকল্পনা

 


ডিজিটেল ডেস্ক:দালাই লামাক হত্যাৰ পৰিকল্পনা।চীনৰ এগৰাকী মহিলাক আটক কৰা হৈছে ,মহিলা গৰাকীক চীনৰ চোৰাং চোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।তিব্বতৰ  অধ্যাত্মিক নেতা দালাই লামাৰ বিৰুদ্ধে চোৰাং গিৰি কৰা বুলি সন্দেহ কৰা হৈছে মগধ ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শককে এই কথা নিশ্চিত কৰিছে ।ইয়াৰ আগতেও মহিলা গৰাকীৰ সন্ধান বিচাৰি  স্কেচ প্ৰকাশ কৰিছিল, মহিলা গৰাকীৰ নাম ছংজীয়ালিন ।দালাই লামা থাকিব লগীয়া মহাবোধি মন্দিৰত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা হৈছে।দালাই লামাৰ কাৰ্য্য সূচীত অনুমতি পত্ৰ থকা লোককহে প্ৰবেশ কৰিবলৈ দিয়া হব।জনামতে মহিলা গৰাকী  বৌদ্ধ ভিক্ষুৰ বেশ ধৰি আহিছিল।

No comments