Breaking News

গোলাঘাটত গুজৰাটৰ যুৱতীৰ গুণ্ডাগিৰি



ডিজিটেল ডেস্ক: 
গোলাঘাটত গুজৰাটৰ ১১ গৰাকী যুৱতীক আটক  গোলাঘাটৰ ৰাজপথত বাহন ৰখাই দাবী ধমকিৰে ধন সংগ্ৰহ  কৰা কেইবাগৰাকী যুৱতীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।গুজৰাটৰ আহমেদাবাদৰ পৰা অহা বুলি পৰিচয় দিয়া সাত গৰাকী যুৱতীয়ে গোলাঘাটৰ  ৰাইদঙীয়া বামুণ গাঁৱত বাহন ৰখাই পথচাৰীৰ পৰা ধন সংগ্ৰহ কৰি থাকোতে স্হানীয় লোকে আটক কৰি আৰক্ষীক গতাই দিয়ে।আটকাধীন কেইগৰাকী ক্ৰমে..উমি বাৰুড,মঞ্জু বাৰুদ,বানা  বাৰুড,প্ৰীতি বাৰুড,ভানা বাৰুড,সংগীতা বাৰুড,আৰু নিতু বাৰুড  উল্লেখ্য যে কিছু সময়ৰ পিছত  আন চাৰি গৰাকীকো আটক কৰে

No comments