Breaking News

এইবাৰ মেট্ৰ’ ইণ্ডিয়াত চকু ৰিলায়েন্সৰ..... ইতিমধ্যে সম্পূৰ্ণ কৰিছে অধিগ্ৰহণ

                                                                        


ডিজিটেল ডেস্ক: এইবাৰ মেট্ৰ’ ইণ্ডিয়াত চকু ৰিলায়েন্সৰ...ইতিমধ্যে সম্পূৰ্ণ কৰিছে অধিগ্ৰহণ..ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ সহযোগী প্ৰতিষ্ঠান ৰিলাইন্স ৰিটেইল  ভেন্সাৰ্ছ লিমিটেডে খাদ্য সামগ্ৰীৰ পাইকাৰী বিক্ৰী প্ৰতিষ্ঠান মেট্ৰ কেশ্ব এণ্ড কেৰি ইণ্ডিয়া। দুয়োটা প্ৰতিষ্ঠানৰ মাজত ২,৮৫০ কোটি টকাৰ চুক্তি ।অধিগ্ৰহণ সম্পূৰ্ণ হলে দিল্লী, মুম্বাই ,বেংগালুৰু, হাইদৰাবাদ, কলকাতা, অমৃতসৰ, আহমেদাবাদ, ছুৰাত, ইণ্ডোৰ,লক্ষ্ণৌ ,নাছিক, বিশাখাপট্টনম আদি কৰি বিভিন্ন স্থানত থকা মেট্ৰ কেশ্ব  এণ্ড কেৰি ষ্টোৰ পৰিচালনাৰ কৃতিত্ব লাভ কৰিবলৈ সক্ষম হব ৰিলায়েন্স। ৰেগুলেটৰি অনুমোদনৰ পিছত ২০২৩ চনৰ মাৰ্চ মাহৰ ভিতৰত অধিগ্ৰহণ প্ৰক্ৰিয়াৰ সম্ভাবনা আছে।প্ৰতিষ্ঠানটোৱে ২১খন চহৰত ৩,৫০০ কৰ্মচৰীৰ সৈতে ৩১ খন বৃহৎ আকাৰৰ ষ্টোৰে ব্যৱসায় চলাই আহিছে উল্লেখযোগ্য যে ২০২২ ৰ ৩১ মাৰ্চত বৰ্ষটোত মেট্ৰৰ উপাৰ্জন ৭,০৫৫ কোটি টকা।

No comments