Breaking News

নুমলীগড়ৰ দৈগ্ৰোং চাহ বাগিচাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

 


ডিজিটেল সংবাদ, নুমলীগড়: তীব্ৰবেগী মেজিক বাহনৰ খুন্দাত "বালি কৰ্মকাৰ" নামৰ লোকজনৰ থিতাতে মৃত্যু ৷ বালি কৰ্মকাৰে বজাৰ কৰিবলৈ পথেৰে খোজকাঢ়ি আহি থকা অবস্থাত সন্মুখৰ পৰা তীব্ৰ বেগী মেজিক AS 25EC 8618 নম্বৰৰ বাহনখনে খুন্দিওৱাৰ ফলত থিতাতে মৃত্যু হয় ৷ইতিমধ্যে নুমলীগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে চালকসহ বাহনখন জব্দ কৰিছে ৷

No comments