Breaking News

নুমলীগড়ৰ দেওপাহাৰৰ সমীপৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু বলেৰ’ পিকআপ ভানৰ মাজত মুখামুখি সংঘৰ্ষ ৷

 


ডিজিটেল সংবাদ , নুমলীগড়ঃ 
নুমলীগড়ৰ দেওপাহাৰৰ সমীপৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু বলেৰ’ পিকআপ ভানৰ মাজত মুখামুখি সংঘৰ্ষ ৷বলেৰ’ পিকআপৰ নম্বৰ AS 12 BC 8743 আৰু ট্ৰাকখনৰ নম্বৰ AS 01 R 3572 ৷ দুয়োখন বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত বলেৰ’ পিকআপখনৰ চালক আৰু হেণ্ডিমেন গুৰুতৰভাবে আহত হয় ৷ ইতিমধ্যে নুমলীগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত কেইজনক বিবেকানন্দ কেন্দ্ৰ এন আৰ এল চিকিৎসালয়ত ভৰ্তি কৰি বাহন কেইখন জব্দ কৰিছে ৷

No comments