Breaking News

হাজোৰ বৰ্ণি উচ্চ মাধ্যমিক বিদ্যালয়ত ক্ৰীড়া সমাৰোহ


 ডিজিটেল সংবাদ,হাজোঃ  
হাজোৰ বৰ্ণি উচ্চ মাধ্যমিক বিদ্যালয়ত ক্ৰীড়া সমাৰোহ হাজোৰ বৰ্ণিত তিনিদিনীয়াকৈ অনুস্থিত হৈছে বিদ্যালয়ৰ ক্ৰীড়া সমাৰোহ । কামৰূপ জিলাৰ হাজোৰ বৰ্নি উচ্চ মাধ্যমিক বিদ্যালয়ে তিনিদিনীয়া  অনুষ্ঠিত কৰিছে বিদ্যালয়ৰ ক্ৰীড়া সমাৰোহ। পূব বিদ্যালয়ৰ পতাকা উত্তোলন কৰি আৰম্ভ কৰে বিভিন্ন  খেল  প্ৰতিযোগিতা। বৰ্নি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়নৰ  সভাপতি আব্দুল গনিখান চৌধুৰী আৰু প্ৰধান শিক্ষযত্ৰী মমতাজ আৰা বেগমে খেল প্ৰতিযোগিতা উদ্ধোধন কৰে। প্ৰতিযোগিতাত বিদ্যালয়ৰ শিক্ষক- শিক্ষয়ত্ৰীযে পৰিচালনা কৰা খেল  সমূহত ছাত্ৰ ছাত্ৰীযে অংশ গ্ৰহণ কৰে।।                                   

No comments