Breaking News

উপযুক্ত দৰা বিচাৰি এজাক যুৱতীয়ে পূজা কৰিছে চৰাইক


 ডিজিটেল সংবাদ,হাজোঃ 
উপযুক্ত দৰা বিচাৰি এজাক যুৱতীয়ে পূজা কৰিছে চৰাইক হাজোত চৰাই পূজা উপলক্ষে এক উখল মাখল পৰিবেশ।।এক ব্যতিক্ৰমী পূজা।।গতানুগতিকৰ বিপৰীতে এখন বিশেষ পূজা অনুষ্ঠিত হৈছে হাজোত।।হাজোৰ যুৱতী সকলে নিজৰ পছন্দৰ দৰা বিচাৰি পূজা কৰিছে চৰাইক।।চৰাই পূজা উপলক্ষে হাজোৰ যুৱতী সকলৰ মাজত গাত নাইকিয়া হৈছে তত।উল্লেখযোগ্য আঘোণ মাহৰ পূৰ্ণিমা তিথিত  চৰাইক পূজা কৰিলে যুৱতী সকলে পূজা আগবঢ়াই যুৱতী সকলে।এমাহ আগৰ পৰা যুৱতী সকলে নিজ হাতে বিভিন্ন প্ৰকাৰৰ চৰাই প্ৰস্তুত কৰে।।সম্পূৰ্ণ মংলিক প্ৰথাৰে যুৱতী সকলে চৰাইক পূজা কৰি নিজৰ জীৱন সংগী বিচৰা কার্যই বছৰ বছৰ ধৰি এক বিশেষ তাৎপৰ্য বহন কৰি আহিছে।


No comments