Breaking News

জি -২০ ৰ প্রস্তুতি, গুৱাহাটীৰ বশিষ্ঠত চলিল গুৱাহাটী পৌৰ নিগমৰ বুলড’জাৰ


 
ডিজিটেল ডেস্ক:..জি -২০ ৰ প্রস্তুতি ,  গুৱাহাটীৰ বশিষ্ঠত চলিল গুৱাহাটী পৌৰ নিগমৰ বুলড’জাৰ । জিলা প্রশাসন আৰু গুৱাহাটী পৌৰ নিগমৰ বৃহৎ দলৰ উপস্থিতিত জলাশয়ৰ ওপৰত থকা বেদখল স্থানত চলোৱা হয় তুলত ভাৰ ,জেচিবি ।গুৱাহাটীত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয় জি -২০ ' সম্মিলনৰ মূখ- ২০ সম্মিলনক লৈ দেশ - বিদেশৰ পতাকাৰে ভৰিছে গুৱাহাটী মহানগৰ ।ৰাজ্য চৰকাৰক বিভিন্ন বিভাগৰ শীর্ষ স্থানীয় বিষয়াসকল ব্যক্ত হৈ পৰিছে - সম্মিলনক লৈ । উল্লেখ্য , ৬ ফেব্রুৱাৰীৰ পৰা ৮ ফেব্রুৱাৰীৰগুৱাহাটীত অনুষ্ঠিত হ'ব মুখ ২৩ গোটৰ প্ৰথমথন বৈঠক । তথা বিশ্ববিদ্যালয় প্রায় ১২,০০০ শিক্ষার্থীয়ে সম্মিলন পাঁচটা বিষয়াৰ আলেচনাত মিলিত হ’ব আলোচনাৰ পৰামৰ্শসমূহ ৱাই ২০ - ৰ বৈঠক প্রতিনিধিবৰ্গৰ সৈতে বিজয় কৰা হ'ব । জি -২০ সন্মিলনৰ সমান্তৰালভাৱে প্ৰথমবাৰৰ বাবে মুখ -২০ ( ২০ ) আয়োজন কৰাৰ পৰিপ্ৰেক্ষিতত বাই ২০ গোটশ প্রথমথন বৈঠক ৬ ফেব্রুরী পৰা ৮ ফেব্রুৱীলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব । অসমত অনুষ্ঠিত হ'বলগীয়া তিনিদিনীয়া অনুষ্ঠানত সমগ্ৰ বিশ্বৰ পৰা ২০০৩ কৈও অধিক প্রতিনিধিয়ে অংশগ্রহণ কৰিব বুলি আশা কৰা হৈছে । বৈঠকত কৰ্মৰ ভরিষাত , জলবায়ু পরিবর্তন আৰু দুৰ্যোগৰ বিপদাশংকা হ্রাস ; শান্তি স্থাপন আৰু মীমাংস ; গণত্যু আৰু স্বাস্থ্য , সুস্থতা আৰু ক্রীড়াত যুৱসকল এই বিষয় পাঁচষ্টাৰ ওপৰত গুৰুত্ব দিয়া হ'ব । যুখ -২০ হৈছে জি - ২০ - ৰ অধীনত আঠটা গোটৰ ভিতৰত অন্যতম এটা । ইয়াক জি -২০ কর্তৃপক্ষ আৰু স্থানীয় যুৱসমাজৰ মাজত এটা সংযোগ কিন্তু সৃষ্টি কৰাৰ এটা প্ৰথস হিচাপে গণ্য কৰা হৈছে । ২০২৩ চনত এই -২০ ভাৰও সম্মিলনে দেশৰ যুৱ কেন্দ্রিক প্রচেষ্টার উদাহৰণ দাঙি ধৰিব আৰু সমগ্ৰ বিশ্বৰ যুৱহাম্মক মূল্যবোধ আৰু নীতিগত ব্যৱস্থা প্ৰদৰ্শন কৰব সুযোগ প্রদান কৰি বাহ -২০ বৈঠকৰ প্ৰাকমুহূৰ্তত এক অংশঃহণমূলক আৰু সাময়িক আলোচনা পৰিবেশতত্ত্ব সৃষ্টি কৰাৰ বাবে , অসমৰ ৩৪ খন জিলাৰ ৫০ খনতকৈও অধিক বিশ্ববিদ্যালয় মহাবিদ্যালয়ে ১৯ জানুৱাৰীৰ পৰা বৈঠকলৈকে তেওঁলোকৰ চৌহদত আলোচনাচ , কর্মশালা , বিতর্ক ডাক পেনেল আলোচনার আয়োজন কৰিছে । এই অনুষ্ঠানবোৰত ১২,০০০ অধিক মহাবিদ্যালয় বিশ্ববিদ্যালয় শিক্ষার্থীে অংশগ্রহণ কৰিব বুলি আশা কৰা হৈছে ।

No comments