Breaking News

গোলাঘাটত আৰক্ষীৰ জালত খুদ আৰক্ষী

 


ডিজিটেল ডেস্ক: 
অৰুণাচলী সুৰাৰ সৰবৰাহৰ  লগত জড়িত থকাৰ অভিযোগত সোমবাৰে নিশা জামুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে  গোলাঘাটৰ আৰক্ষী কনিষ্টবল অনন্ত বৰাক  জামুগুৰি থানাৰ গোচৰ নং ০৮/২২ৰ অধীনত ৩৭৯ আই পি চি আৰ/ডব্লিউ ধাৰাত গ্ৰেপ্তাৰ কৰিছে আৰক্ষী কনিষ্টবলজনক। বহুদিন ধৰি সুৰা ব্যৱসায়ী চক্ৰটোৰ সৈতে ঘনিষ্ট সম্পৰ্ক ৰক্ষা কৰি বৃহৎ অংকৰ ধনৰ লেনদেন কৰি অহাৰ অভিযোগ আছে অনন্ত বৰাৰ বিৰুদ্ধে।

No comments