Breaking News

গোৱালপাৰাৰ ৰংজুলিত পথ দুৰ্ঘটনা....

 


  • ডিজিটেলডেস্ক:
    গোৱালপাৰাৰ ৰংজুলিত পথ দুৰ্ঘটনা....তীব্রবেগী বাহনৰ খুন্দা বাইক আৰু স্কুটীত..সাৰাপাৰাৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত এই দুৰ্ঘটনা...তীব্রবেগী বাহনৰ খুন্দা বাইক আৰু স্কুটীত..দুৰ্ঘটনাত নিহত দুজন আৰু আহত এটি শিশু...নিহত শান্তা ৰায় আৰু ইনামনি ৰয় .....আহত অংশুমান ৰয়ক চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্রেৰণ।

No comments