Breaking News

ইম্ফলত আইইডি বিস্ফোৰণ



শনিবাৰে ৰাতিপুৱা মণিপুৰৰ ইম্ফলত এটা ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (আইইডি) বিস্ফোৰণ সংঘটিত হয়। পুৱা প্ৰায় ৫:০০ বজাত ইম্ফলৰ নাগৰাঞ্চলত বিস্ফোৰণটো সংঘটিত হয়। আৰক্ষীয়ে জনোৱামতে বিস্ফোৰণত  কোনো লোক হতাহতি হোৱা নাই। বিস্ফোৰণস্থলীটো চিটি পুলিচ ষ্টেচনৰ পৰা মাত্ৰ ৮০০ মিটাৰ দূৰত্বত সংঘটিত হয়।

No comments