Breaking News

বিশ্বৰ অন্যতম ধর্ণাঢ্য ব্যক্তি গৌতম আদানিৰ এতিয়া বিপদে লগ নেৰা হৈছে



ডিজিটেল ডেস্ক: মার্কিন সংস্থাই শ্বেয়াৰ জালিয়াতি ধৰা পেলোৱাৰ পিচত বিনিয়োগকাৰীক ২০ হেজাৰ কোটি ওভতাই দিবলগীয়া হোৱাৰ এদিনৰ পিচতে আদানি গোষ্ঠীৰ চেন্নাইৰ উপকূলৰ অবৈধ তেলৰ ভাণ্ডাৰ ধ্বংসৰ নির্দেশ উচ্চতম ন্যায়ালয়ে বাহাল ৰাখিলে । চেন্নাইৰ উপকূলত অবৈধভাৱে আদানি গোষ্ঠীয়ে নির্মাণ কৰা খোৱা তেলৰ ভাণ্ডাৰ আৰু ট্রেনজিট টার্মিনেল ধ্বংস কৰিবৰ বাবে ২০২০ চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ ( এন জি টি ) -এ নির্দেশ দিছিল । উপকূলীয় পৰিবেশ নীতি - নিয়ম ভংগ কৰি আদানি গোষ্ঠীয়ে যুটীয়া প্ৰচেষ্টাৰে কৰা নিৰ্মাণসমূহ এন জি টিৰ ধ্বংসৰ নিৰ্দেশ বাতিল কৰিবৰ বাবে উচ্চতম ন্যায়ালয় আদানিয়ে আবেদন জনাইছিল... ন্যায়াধীশ কে এম যোছেফ , বি ভি নাগৰত্ন আৰু জে বি পার্টিবালাৰে গঠিত বিচাৰপীঠে ধ্বংসৰ নিৰ্দেশ বাতিল নহয় বুলি ঘোষণা কৰাৰ লগতে আদানি গোষ্ঠীক ২৫ লাখ টকা জৰিমনাও বিহে । 

No comments