Breaking News

অৰুণাচল প্ৰদেশত এনডিয়ান সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্তঃ অব্যাহত অনুসন্ধান



অৰুণাচল প্ৰদেশৰ বমডিলাৰ ওচৰত এটা অপাৰেশ্যনেল চৰ্টি উৰুৱাই থকা এটা আৰ্মি এভিয়েচন চিতা হেলিকপ্টাৰে আজি পুৱা প্ৰায় ৯:১৫ বজাত এয়াৰ ট্ৰেফিক কণ্ট্ৰোল (এটিচি)ৰ সৈতে সম্পৰ্ক হেৰুৱাইছিল। ইয়াৰ পিছতেই বমডিলাৰ পশ্চিমৰ মান্দালয়ৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি নিশ্চিত কৰিছে সেনাই । পাইলটসকলক বিচাৰি উলিওৱাৰ বাবে তালাচী আৰম্ভ কৰা হৈছে।

No comments