Breaking News

বন্ধ হ'ল ৰাজ্য চৰকাৰৰ ‘অৰুন্ধতী স্বৰ্ণ আঁচনি’



বন্ধ হ’ল ৰাজ্য চৰকাৰৰ ‘অৰুন্ধতী স্বৰ্ণ আঁচনি’।১ এপ্ৰিলৰ পৰা বন্ধ হব আঁচনিখন। এই সন্দৰ্ভত ২৭ ফেব্ৰুৱাৰীত এক অধিসূচনা জাৰি কৰা হৈছে। আঁচনিৰ অধীনত কইনালৈ ৰাজ্য চৰকাৰে আগবঢ়াইছিল নগদ ধন। ২০২০ৰ ১ জানুৱাৰীৰ পৰা বলবৎ হৈছিল এই আঁচনি



২০১৯-২০ বিত্তীয় বৰ্ষৰ বাজেট ভাষণ অনুসৰি বলবৎ হৈছিল আঁচনি

No comments