Breaking News

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পত্নীক হীৰাৰ আঙঠিসহ কোটিটকীয়া উপহাৰ নৰেন্দ্ৰ মোদীৰ


আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যেৰে আমেৰিকা ভ্ৰমণলৈ যোৱা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যাব ৰাষ্ট্ৰপতি জো বাইডেনৰ পত্নী তথা পৃষ্ঠাত আমেৰিকাৰ ফাৰ্ষ্ট লেডী জিল বাইডেনক হীৰাৰ আঙুঠিসহ কোটিটকীয়া উপহাৰ আগবঢ়াইছে। অকল সেয়াই নহয়, ৰাষ্ট্ৰপতি জো বাইডেনকো মোদীয়ে প্ৰদান কৰে এক গুচ্ছ উপহাৰ। উল্লেখ্য যে ৰাষ্ট্ৰপতি বাইডেনৰ আমন্ত্ৰণ মর্মে প্রধানমন্ত্রী নরেন্দ্র মোদী উপস্থিত হৈছে মার্কিন যুক্তৰাষ্ট্ৰত। মোদীৰ ভ্ৰমণ উপলক্ষে আমেৰিকাত বাইডেন চৰকাৰে ৰ পূৰ্বৰে পৰা ৰাজকীয় প্রস্তুতি চলাইছিল। আনকি মোদীক হোৱাইট র হাউছলৈ খোদ ৰাষ্ট্ৰপতি জো বাইডেন আৰু পত্নী জিল বাইডেনে আদৰণি সম্ভাষণ জনাবলৈ আগবাঢ়ি আহে। তাতেই মোদী আৰু বাইডেনৰ মাজত চলে উপহাৰৰ আদান-প্রদান। এই সময়ছোৱাত তমোদীয়ে সংস্কৃতৰ পৰা প্ৰখ্যাত ইংৰাজী সাহিত্যিক উইলিয়াম বাটলাৰ য য়েটছে অনুবাদ কৰা উপনিষদখন বাইডেনৰ হাতত তুলি দিয়ে।তদুপৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীক ভাৰতীয় সংস্কৃতি অনুসৰি ই দহবিধ দান বা 'দহ দানম মঞ্জুষা' উপহাৰ দিয়ে মোদীয়ে। এই দহবিধ দান উপহাৰ দিয়াৰ বাবে প্ৰস্তুত কৰা হৈছিল এটা বিশেষ হস্তনির্মিত কৰিব ৰ বাচ। যিটো বাকচ জয়পুৰৰ শিল্পীয়ে কৰ্ণাটকৰ চন্দন কাঠেৰে প্ৰস্তুত কৰি উলিয়াইছিল। বাকচটোত আছে কলকাতাৰ খনিকৰে প্ৰস্তুত কৰা ক' বিঘ্নহর্তা' গণেশৰ ৰূপৰ মূৰ্তি, ৰূপৰ নাৰিকল তথা তামৰ চাকি। ইয়াৰ য়া উপৰি বাকচটোত আছে মহীশূৰৰ সুগন্ধি চন্দন, তামিলনাডুৰ তিল, প্রাথমি ৰ ৰাজস্থানৰ ২৪ কেৰেট সোণৰ মুদ্রা, পঞ্জাৱৰ ঘিঁউ, ঝাৰখণ্ডৰ ৰেচমী বস্ত্ৰ, ৰি উত্তৰাখণ্ডৰ শ্বল, মহাৰাষ্ট্ৰৰ গুড়, ৰাজস্থান আৰু গুজৰাটৰ নিমখ তথা ১৯.৫ শতাংশ বিশুদ্ধ ৰূপৰ ।

       উল্লেখ্য যে ভাৰতীয় সংস্কৃতিত দীর্ঘজীৱন কামনা কৰিবলৈ 'দহ দাতা সানম' অর্থাৎ দহুবিধ সামগ্রী উপহাৰ হিচাপে দিয়া হয়। প্রধানমন্ত্রী শিক্ষে নবেন্দ্র মোদীয়েও ৰাষ্ট্ৰপতি বাইডেনৰ দীৰ্ঘজীৱন কামনা কৰি 'দহ ৱ দানম' উপহাৰ হিচাপে আগবঢ়ায়। উল্লেখ্য যে জো বাইডেন  আমেৰিকাৰ আটাইতকৈ বয়োজ্যেষ্ঠ ৰাষ্ট্ৰপতি। ১৯৪২ চনৰ ৩০ ই নৱেম্বৰত তেওঁৰ জন্ম। ভাৰতীয় জ্যোতিষ শাস্ত্ৰ অনুসৰি এজন লোকৰ  বয়স ৮০ বছৰ ৮ মাহ হ'লে তেওঁ এহাজাৰবাৰ পূৰ্ণ চন্দ্ৰ প্ৰত্যক্ষ কৰে ।বাইডেনেও ৮০ বছৰ পাৰ কৰিছে। এনে সময়তেই মোদীয়ে তেওঁক 'দহ দানম' অর্থাৎ দহবিধ প্রধান সামগ্রী উপহাৰ দি দীর্ঘজীৱনৰ বাবে ভাৰতীয় সংস্কৃতিত থকা পৰম্পৰা সন্দৰ্ভ বিশ্ব দৰবাৰত উপস্থাপন কৰে। আনহাতে বাইডেনৰ প্ৰিয় সাহিত্যিকসকলৰ ভিতৰত অন্যতম সাহিত্যিকগৰাকী হৈছে উইলিয়াম চনৰ বাটলাৰ য়েটছ। বাইডেনে প্রায়েই নিজৰ ভাষণৰ মাজে মাজে য়েটছৰ কিছুমান উদ্ধৃতি উল্লেখ কৰে। তদুপৰি ভাৰতীয় সংস্কৃতি আৰু মূল্যবোধৰ প্ৰতি থকা অগাধ আস্থাৰ বাবেই হয়তো তেওঁ উপনিষদখন বিগত সংস্কৃতৰ পৰা ইংৰাজীলৈ অনুবাদ কৰি উলিয়াইছিল। এইবাবেই দিয়াৰ মোদীয়ে য়েটছে কৰা উপনিষদৰ অনুবাদ গ্ৰন্থখন বাইডেনৰ হাতত তুলি ৰাজান দিয়ে।

      ইপিনে আমেৰিকাৰ ফাৰ্ষ্ট লেডী জিল বাইডেনক মোদীয়ে উপহাৰ কোৱা দিয়ে চাৰে সাত কেৰেটৰ এটা হীৰাৰ আঙঠি। সৌরশক্তি ব্যৱহাৰেৰে বিশেষভাৱে প্রস্তুত কৰা হীৰাৰ আঙঠিটো দিয়া হয় হস্তনির্মিত কৰোৱ কাগজেৰে নিৰ্মিত এটা বাকচত। এই বিশেষ বাকচটো প্ৰস্তুত কৰি জুলাই উলিয়াইছিল কাশ্মীৰৰ শিল্পীয়ে। স্মর্তব্য, মোদীয়ে ৱাশিংটনৰ এনদ্রুজ বিমানঘাটিত অৱতৰণ কৰাৰ পাছতে তেওঁক উষ্ণ অভ্যর্থনা জনোৱা হয়। প্ৰদান কৰা হয় গার্ড অৱ অনাৰ। বজোৱা হয় ভাৰত আৰু কামৰ আমেৰিকাৰ ৰাষ্ট্ৰীয় সংগীত। বাশিংটনত মোদীক স্বাগতম জনাবলৈ প্রবাসী ভাৰতীয় আৰু ভাৰতীয় বংশোদ্ভূত মার্কিন নাগৰিকসকলে হেতাওপৰা লগায়। ইয়াৰ পাছতে তেওঁক ময়ূৰ আৰু পদুম ফুলৰ আর্হিত সজাই তোলা হোৱাইট হাউছলৈ আদৰি নিয়া হয়। মোদীক আদৰিবলৈ আগবাঢ়ি আহে ৰাষ্ট্ৰপতি বাইডেন আৰু জিল বাইডেনে। শিক্ষক তাতেই মোদীৰ সন্মানার্থে বাইডেনে এক বিশেষ নৈশ ভোজৰ আয়োজন কৰে। নৈশ ভোজত বিভিন্ন ভাৰতীয় খাদ্যৰ লগতে বাজৰা দিয়াৰ আৰু ষ্টাফড মাশ্বৰুমৰ একাধিক বিশেষ মেনু থাকে। নৈশভোজত ভাগ লৈ বাইডেনৰ পত্নী জিল বাইডেনে ভাৰতীয় খাদ্যৰ শলাগ লয়। নৈশ ভোজৰ পাছতে মোহীয়ে বিভিন্ন উদ্যোগ প্রতিষ্ঠানৰ মুখ্য কাৰ্যবাহী এতিয় বিষয়াসকলৰ সৈতে এক মত-বিনিময় অনুষ্ঠানতো মিলিত হয়।

No comments