Breaking News

জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত কৰিব আই পি এছ লাভলী কাটিয়াৰে

 


নগাঁৱৰ উপ-পৰিদৰ্শকক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত কৰিব ৰাজস্থান কেডাৰৰ আই পি এছ বিষয়া লাভলী কাটিয়াৰে । প্রায় এমাহৰ মূৰত সকলো উৎকণ্ঠাৰ অৱসান ঘটাই বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ ডিপাৰ্টমেণ্ট অৱ পার্চনেল ট্রেইনিঙে নগাঁৱৰ আৰক্ষী বিষয়া জোনমণিৰ ৰহস্যজনক দুৰ্ঘটনাত মৃত্যুৰ গোচৰটোৰ তদন্তৰ ভাৰ চি বি আহলৈ অনল মৰ্চাৰ হস্তান্তৰ কৰাৰ পাছতেই বুধবাৰে নিশাই নতুন দিল্লীৰ পৰা আহি পশু হাবিব গুৱাহাটীত উপস্থিত হয় চি বি আইৰ ডিআইজি লাভলী কাটিয়াৰ বিভা বাবে নেতৃত্বত এটা দল। ২০০৮ বেটছৰ ৰাজস্থান কেডাৰৰ আই পি এছ ট' হৈ বিষয়াগৰাকীয়ে গুৱাহাটী উপস্থিত হোৱাৰ পাছতেই বৃহস্পতিবাৰে পটে খ্যালঘু পুৱাৰ পৰা জোৰদাৰ তদন্ত আৰম্ভ কৰিছে। বৃহস্পতিবাৰে গুৱাহাটীৰ গোৱা চি বি আইৰ সদৰৰ পৰা পোনে পোনে চি আই ডিৰ কাৰ্যালয়ত উপস্থিত অস গ্যতাৰ হৈ জোনমণি ৰাভাৰ মৃত্যু সম্পৰ্কীয় চাৰিওটা গোচৰ চমজি লৈ বুলি ৰে গৈ দুৰ্ঘটনাস্থলী জখলাবন্ধালৈ ৰাওনা হয়। জখলাবন্ধাত দুর্ঘটনাস্থলী অধি তৃত্বই পৰিদৰ্শন কৰি সকলো দিশ নিৰীক্ষণ কৰাৰ লগতে দুৰ্ঘটনাগ্রস্ত অভিশপ্ত ক্ষেত্র াদিক, বাহন দুখনো তন্ন তন্নকৈ পৰীক্ষা কৰে । চি বি আইৰ ডি আই জি লাভলী সহা ৰ ঘৰে কাটিয়াৰে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰাত জোনমণিৰ বাস কালৰ দুৰ্ভগীয়া পৰিয়ালটোৱেয়ো সন্তুষ্টি প্রকাশ কৰিছে। উল্লেখ্য, ৰাজস্থানৰ প্রতি জনপ্রিয় মহিলা আৰক্ষী বিষয়া লাভলী কাটিয়াৰ ২০২১ চনত কেন্দ্ৰীয় ৰাজ ৰ এটা ডেপুটেশনত চি বি আইত এছ পি হিচাপে যোগদান কৰিছিল। চিবি প্ৰয়ে খ্যালঘু আইত কৰ্মৰত অৱস্থাতে তেওঁ শেহতীয়াকৈ ডি আই জি হিচাপে জৰি চলাত পদোন্নতি লাভ কৰে। ৰাজস্থানৰ আৰক্ষীৰ ক্রাইম ব্রাঞ্চ, এণ্টি কৰাপশ্বন প্রতি আৰু কেইবাখনো জিলাত এছ পি হিচাপে সেৱা আগবঢ়োৱাৰ লগতে মৰ্চাৰ চি বি আইত যোগদানৰ পূৰ্বে ৰাজস্থানৰ ১২ নং সশস্ত্ৰ কনিষ্টবল গো- নেকৈ বেটেলিয়নৰ অধিয়ানক হিচাপেও কৰ্মৰত আছিল। অপৰাধজনিত চিকি দলীয় গোচৰৰ তদন্ততো সুনাম থকা লাভলী কাটিয়াৰ জয়পুৰৰ ট্ৰেফিক ডি বাবে মিটীৰ চি পি হিচাপে ২০১৭-১৯ চনলৈ দায়িত্ব পালন কৰিছিল। ২০১৮ চনত জিলাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জয়পুৰ ভ্ৰমণত যান-জঁট নিয়ন্ত্ৰণত বিশেষ শর্মা- -কাজ পাৰদৰ্শিতা দেখুওৱাৰ বাবে লাভলী কাটিয়াৰে আৰক্ষী সঞ্চালক প্রচে ইদ্দিক প্ৰধানৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ২০১৩ চনত লাভলী সংখ ভেটি কাটিয়াৰে ৰাজস্থানৰ ছিৰ'হি জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত থকাৰ কৃত্ৰি সময়ত এটা ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰি ৯৫ ঘণ্টাৰ ভিতৰত আদালতত মন্ত্রী নৰ্ধাৰণ অভিযোগনামা দাখিল কৰি ৰাজস্থানত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। ন কৰা ৩১ ডিচেম্বৰৰ নৱবৰ্ষৰ উদযাপনৰ নামত ৫০ বছৰীয়া এটা লম্পট বৃদ্ধই বিষয় চাপতি এগৰাকী মহিলাক ধৰ্ষণ কৰি আত্মগোপন কৰিছিল যদিও লাভলী হম্মদ কাটিয়াৰে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰি ৪ দিনৰ ভিতৰতে শষকৈ অভিযোগনামা দাখিল কৰি দক্ষতাৰ পৰিচয় দিছিল। ইয়াৰোপৰি পাৰি লাভলী কাটিয়াৰে ৰাজস্থানত অন্যজাতিৰ প্ৰেমিক-প্ৰেমিকাৰ বিবাহত মৰ্চাৰ আইনী সুৰক্ষা দিয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিও প্ৰশংসা লাভ আৰু কৰিছিল। অপৰাধীক কৰায়ত্ত কৰাৰ লগতে হিংসাত্মক ঘটনাক চাইছে নিয়ন্ত্রণতো সু-নাম আছে মহিলা আই পি এছ বিষয়াগৰাকীৰ । সৰ্বত্ৰ ৰাজস্থানৰ কেইবাটাও হিংসাত্মক ঘটনাক অতি দক্ষতাৰ নিয়ন্ত্ৰণ কৰি তাক আৰক্ষীৰ মাজতো প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল লাভলীয়ে। এজন ৰাজনৈতিক নেতাৰ হত্যাৰ জড়িত সকলকো কম সময়ৰ ভিতৰতে গ্ৰেপ্তাৰ কৰি সংবাদ শিৰোনামো দখল কৰিছিল এইগৰাকী মহিলা বিষয়াই। আই পি এছ লাভলী কাটিয়াৰে এতিয়া অসমৰ ‘লেডী সিংঘম' হিচাপে পৰিচিত জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তত নামি পৰিছে যদিও এই তদন্তত কিমান সফল হ'ব সেয়া সময়তহে লক্ষণীয় হ'ব। কিয়নো অসমৰ অপৰাধজনিত ঘটনাৰ নুষ্ঠিত তদন্তত চি বি আইৰ সফলতাৰ হাৰ একেবাৰেই আশাব্যঞ্জক নহয়। হাৱাৰ ২০০৮ চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ৰঞ্জন দৈমাৰী গোচৰটোত ছিল। চি বি আইক সফল হোৱা দেখা গ'ল যদিও ৰাজ্য কঁপোৱা কৰৱী-দুৱৰী হত্যাকাণ্ড, এ বি এমছুৰ নেতা লাফিকুল ইছলামৰ হত্যাকাণ্ড, কুখ্যাত কাৰি লাভ ৰাকেশ পালৰ আয় বর্হিভূত সম্পত্তিৰ গোচৰৰ তদন্তত চি বি আই সফল নহ'ল বুলিয়ে জনা যায়। অধিকাংশ গোচৰত কেন্দ্ৰীয় তদন্তকাৰী অর্থাৎ সংস্থটোৰ এই ব্যৰ্থতাৰ পাছত জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ তদন্ত উত্তীৰ্ণ চি বি আইৰ সফলতা সময়তহে স্পষ্ট হ'ব।

No comments