Breaking News

মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত



মন্ত্ৰী অতুল বৰা শিলচৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হয় মন্ত্ৰীগৰাকীৰ কনভয়ৰ এখন বাহন। গুৱাহাটী-শ্বিলং ৰোডত সংঘটিত হয় এই দুৰ্ঘটনা। 

নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰৰ ওপৰত বাগৰি পৰে কনভয়  বাহনখন।

 দুৰ্ঘটনাত দুজনকৈ নিৰাপত্তাৰক্ষী আহত হৈছে ।

 ঘটনাত কথমপি ৰক্ষা পৰে মন্ত্ৰী অতুল বৰাৰ বাহনখন।

No comments