Breaking News

চাইকেল চলাই সদনলৈ আহিল সাংসদ ৰিপুন বৰা



ব্যতিক্রমী ৰূপত সাংসদ ৰিপুন বৰা। বৰ্ধিত মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰিপুন বৰাৰ প্ৰতিবাদ। চাইকেল চলাই সদনলৈ আহিল সাংসদ গৰাকী। চাইকেলৰ আগত আৰু পিঠিত পোষ্টাৰ আঁৰি প্ৰতিবাদ কৰা দেখা গ'ল সাংসদ গৰাকীক। সংসদৰ অধিৱেশন লৈ প্ৰৱেশৰ পূৰ্বে এই প্ৰতিবাদ সাংসদ ৰিপুন বৰাৰ। মূল্যবৃদ্ধি নিয়ন্ত্রণত চৰকাৰ চৰম ব্যৰ্থ হোৱাৰ অভিযোগ তুলি ব্যতিক্রমী ধৰণেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰিপুন বৰাই।



No comments