Breaking News

টকিঅ’ অলিম্পিকত মীৰা বাঈ চানুৰ ৰূপৰ পদক



ডিজিটেল ডেস্কঃ উত্তৰ পূবৰ বাবে ভাল খবৰ। টকিঅ'ত প্ৰথমটো পদক লাভ কৰিলে মীৰা বাঈ ছানুৱে। ভাৰতৰ হৈ প্ৰথমটো পদক কঢ়িয়াই উত্তৰ পূবক গৌৰৱান্বিত কৰিলে ছানুৱে।

ভাৰত্তোলক মীৰা বাঈ ছানুৱে অলিম্পিকত দেখুৱালে পৰাক্ৰম। ভাৰত্তোলনৰ ৪৯ কেজি শাখাত ৰূপৰ পদক জয় মীৰা বাঈ ছানুৰ। 

মণিপুৰৰ ২৩ বছৰীয়া 
জীয়াৰী ছানুৱে অলিম্পিকৰ দ্বিতীয় দিনা ভাৰতৰ হৈ প্রথমটো পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ভাৰত্তোলনত মীৰা বাঈয়ে স্নেনছত ৮৭ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১১৫ কেজি দাঙিবলৈ সক্ষম হয়।

No comments