Breaking News

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ মিজো আৰক্ষীৰ


 

বৰ্বৰতাৰ পাছত ধৃষ্টতা প্ৰদৰ্শন মিজোৰাম আৰক্ষীৰ। এইবাৰ ওলোটাই গোচৰ তৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ বিৰুদ্ধে।

সমগ্ৰ ঘটনা নিষ্পত্তি কৰাৰ চেষ্টা কৰাৰ বিপৰীতে মিজোৰাম আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্ৰীসহ বিষয়া আৰু আৰক্ষীৰ বিৰুদ্ধে তৰিলে গোচৰ। 

মিজোৰাম আৰক্ষীয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ লগতে অসম আৰক্ষীৰ ৬ গৰাকী শীৰ্ষ  বিষয়াৰ বিৰুদ্ধেও গোচৰ তৰে।  হত্যাৰ চেষ্টা আৰু অপৰাধমূলক ষড়যন্ত্ৰ ৰচনাৰ অভিযোগত তৰিলে গোচৰ মিজো আৰক্ষীয়ে।

অন্যহাতে অসম আৰক্ষী,কাছাৰ জিলাৰ উপায়ুক্তৰ নেতৃত্বত অসম আৰক্ষীৰ জোৱানসকল মিজোৰামত প্ৰৱেশ কৰা বুলি  উল্লেখ মিজো আৰক্ষীৰ

No comments