Breaking News

হাতত ঝাড়ু লৈ মৰাণত পুৱাই মন্ত্ৰী যোগেন মহন



মৃত্যুঞ্জয় দাস,সোণাৰিঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মৰাণত শনিবাৰে পুৱাই চাফাই অভিযানত নামিল মন্ত্ৰী যোগেন মহন । মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লগতে মৰাণ নগৰৰ মাজমজিয়াত হাতত ঝাড়ু লৈ চাফাই অভিযান চলায় মন্ত্ৰীজনে ।  চক্ৰ বিষয়াৰ উপস্থিতিত মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ বিষয় ববীয়া, চাইক্লিন ক্লাৱৰ কৰ্মকৰ্তাৰ  লগতে মৰাণ অঞ্চলৰ বহু লোকে অংশ লয় এই চাফাই অভিযানত।

No comments