Breaking News

বঢ়মপুৰৰ তপতজুৰিত বন্যহস্তীৰ উপদ্ৰৱ



ঈশান কোচৰাজবংশী, নগাঁওঃ বঢ়মপুৰৰ তপতজুৰিত বন্যহস্তীৰ উপদ্ৰৱ। 

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীয়ে বঢ়মপুৰৰ তপতজুৰিৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। 

কথমপি প্ৰাণৰক্ষা পৰিছে কেইবাটাও পৰিয়ালৰ। 

হাতীৰ ভয়ত অঞ্চলবাসীয়ে বিনিদ্র ৰজনী কটাব লগীয়া হৈছে।

No comments