Breaking News

গোলাঘাটৰ কভিডৰ শেহতীয়া খবৰ

 


ডিজিটেল ডেস্কঃ আজি জিলাখনত নতুনকৈ ৪৭ জন লোকৰ শৰীৰত ধৰা পৰে ক'ভিডৰ অৱস্থিতি। জিলাখনত আক্রান্তৰ সংখ্যা ১৮,৮১৯ জনলৈ বৃদ্ধি পালে। ইয়াৰে সক্ৰিয় আক্রান্তৰ সংখ্যা ২৭৩ গৰাকী। বৰ্তমান  হোম আইচ'লেচনত ৫০ গৰাকীৰ বিপৰীতে চিকিৎসালয়ত ১৩৮ আৰু কভিড কেয়াৰ চেণ্টাৰত আছে ৮৫ গৰাকী।  আজিৰ দিনটোত কভিডত আক্রান্ত হৈ ১ জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ জিলাখনত ১ এপ্রিলৰ পৰা আজি পৰ্যন্ত ২০২ জন কভিডত আক্রান্ত হৈ মৃত্যু হয়। আজিৰ দিনটোত ৩৩ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে। 

আজিৰ দিনটোত পজিটিভিটিৰ হাৰ ১%



No comments