Breaking News

নাগালেণ্ডৰ মন জিলাত নগা উগ্ৰপন্থী সংগঠনৰ আই ই ডি বিস্ফোৰণ


মৃত্যুঞ্জয় দাস: স্বাধীনতা দিৱসৰ পূৰ্বে নাগালেণ্ডৰ মন জিলাত নগা উগ্ৰপন্থী সংগঠনৰ আই ই ডি বিস্ফোৰণ।  মন জিলাৰ chenloiso বস্তিত সংঘটিত হয় এই বিস্ফোৰণ। এই বিস্ফোৰণত এজন আহত হোৱাৰ লগতে এখন জে চি বি ক্ষতিগ্ৰস্ত হয়। আহত লোকজনৰ নাম কল্প কন্যাক। ঘটনাস্থলীত আসাম ৰাইফলছ আৰু নাগা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । 


সেনা বাহিনীক আক্ৰমণ কৰাৰ লক্ষ্যৰে পুতি  থোৱা আই  ই ডি ওপৰেদি এখন জেচিবি পাৰ হৈ যোৱাৰ সময়তে বিস্ফোৰণ টো সংঘটিত হয়।

No comments