Breaking News

সৰুপথাৰ মহাবিদ্যালয়ত নামভৰ্তিৰ সহায়ক কেন্দ্র মুকলি

 


গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু বিভিন্ন মহাবিদ্যালয়ৰ শাখা গোট সমূহৰ সহযোগত মহাবিদ্যালয় সমূহত অনলাইন সহায়ক কেন্দ্ৰ মুকলি। মুলতঃ গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলক বিনামূলীয়াকৈ নামভৰ্ত্তিৰ সুবিধাৰ্থে মুকলি কৰা হৈছে সহায়ক কেন্দ্ৰ সমূহ।

 ইয়াৰ সমান্তৰালকৈ সৰুপথাৰ আঞ্চলিক চুতীয়া ছাত্র সন্থা আৰু সৰুপথাৰ আঞ্চলিক ছাত্র মুক্তি সংগ্রাম সমিতিৰ উদ্যোগত সৰুপথাৰ মহাবিদ্যালয়ত নামভৰ্তিৰ সহায়ক কেন্দ্র মুকলি কৰা হয়।

No comments