Breaking News

টকিঅ’ অলিম্পিকত ভাৰতৰ দ্বিতীয়টো পদক



২০১৬চনৰ অলিম্পিকত বেডমিন্টনৰ মহিলা একক শাখাত ৰূপৰ পদক অৰ্জন কৰা পি ভি সিন্ধুৱে টকিঅ’ অলিম্পিকতো ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। 

আজি তৃতীয় স্থানৰ বাবে অৱতীৰ্ণ হোৱা পি ভি সিন্ধুৱে মহিলা একক শাখাত  চীনৰ হি বিংজিয়াওক পৰাস্ত কৰি এইবাৰ দেশৰ বাবে দ্বিতীয়টো পদক অৰ্জন কৰিবলৈ সক্ষম হয়। 


No comments