Breaking News

এছ বি আই গোলাঘাট শাখাত কৃতী অধ্শিযক্ষক মহেন শইকীয়াক সম্বৰ্ধনা

 


ডিজিটেল সংবাদ, গোলাঘাটঃ ভাৰতীয় ষ্টেট বেংক ইণ্ডিয়াৰ গোলাঘাট শাখাৰ উদ্যোগত আজি শিক্ষক দিৱস উদযাপন কৰে। অধ্যাপক অমৰেন্দ্ৰ নাৰায়নৰ সভাপতিত্বত অনুষ্ঠিত এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। সভাত নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক , ৰাজ্যিক কৃতী শিক্ষক মহেন শইকীয়াক বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰপতি পুৰষ্কাৰ প্ৰাপ্ত শিক্ষক ৰোহিনী বল্লভ গোস্বামীয় আৰু ডিম্বেশ্বৰ শইকীয়া ৰ লগতে ৰাজ্যিক কৃতী শিক্ষয়িত্ৰী জ্যোতি কুমাৰী শৰ্মা সম্বৰ্ধনা জ্ঞাপন কৰে।সভাত ভাৰতীয় ষ্টেট বেংক ইণ্ডিয়াৰ গোলাঘাট শাখাৰ দীগন্ত কুমাৰ ৰাভাই শলাগ জ্ঞাপন কৰে।

অনুষ্ঠানত আন কুৰিজনকো শিক্ষক দিৱস উপলক্ষে সন্মানিত কৰে।সভাত শিক্ষক অনামিকা শইকীয়া,জোনাৰাম মৰা্,প্ৰদীপ শৰ্মাক ব্যক্তিগত ৰূণ প্ৰদান কৰে।

No comments