Breaking News

বিশিষ্ট নাট্যকাৰ লোহিত বৰাৰ আদ্য শ্ৰাদ্ধত বিভিন্ন দল সংগঠনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

 


বাবুল দাস,মেৰাপানীঃবিশিষ্ট নাট্যকাৰ,চাউদাং পথাৰ কলাক্ষেত্ৰৰ এগৰাকী শিল্পী,অভিনেতা,নাট পৰিচালক,সমাজকৰ্মী,সফল চাহ খেতিয়ক লোহিত বৰাৰ আদ্য শ্ৰাদ্ধত বিভিন্ন দল সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে সাংবাদিক সন্থাৰ সভাপতি নগেন বৰা,সম্পাদক বাবুল শইকীয়া,সদৌ অসম কৰ্মচাৰী পৰিষদৰ দৈয়াং আঞ্চলিক সমিতিৰ সভাপতি মদন গগৈ সম্পাদক প্ৰবীণ গগৈ,গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোনোৱাল,দৈয়াং চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ৰাজুমণি শইকীয়া,বৰডুবি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ভদ্ৰেশ্বৰ বৰাকে ধৰি বিশিষ্ট ব্যক্তি সকলে উপস্থিত থাকি এখনি বৰ্ণিল লোহিত নামৰ এখনি স্মৃতি গ্ৰন্থও উন্মোচন কৰে।


 

গ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট  লেখক দীনেশ গগৈয়ে।

No comments