Breaking News

কলিয়াবৰ মহকুমা প্ৰশাসনৰ খচৰা ভোটাৰ তালিকা প্ৰকাশঃ BLO সকলৰ বাবে মুকলি অনলাইন এপছ

 


ডিজিটেল সংবাদ, কলিয়াবৰঃ ৮৯ নং কলিয়াবৰ বিধানসভা  সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে।উপস্থিত থাকে মহকুমা নিৰ্বাচনী বিষয়া ভূপালী কাশ্যপ।ভোটাৰ তালিকাত থকাৰ বিসংগতি, নতুন নামভৰ্তিৰ আদি বিভিন্ন দাবী বা আপত্তি থাকিলে ৩০ নৱেম্বৰ ২০২১ ৰ ভিতৰত WWW.NVSP.IN যোগেৰে দাখিল কৰিব পাৰিব। উল্লেখ্য যে¸ নিজৰ আপত্তি সমূহ অনলাইন যোগে দাখিল কৰিলে  ২০২২ চনৰ ৫ জানুৱাৰীত এখন শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ পাব।

No comments