Breaking News

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিশা সৃষ্টি হয় এক উত্তেজনা

 


ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত দেওবাৰে নিশা সৃষ্টি হয় এক উত্তেজনা। ভুল চিকিৎসাৰ বাবেই নৱজাতকৰ মৃত্যু হোৱাৰ অভিযোগ ভোক্তভোগী পৰিয়ালৰ। পল্লৱী বিভাৰ নামৰ মহিলাগৰাকীৰ নৱজাতক শিশুটিক হত্যাৰ অভিযোগ নাৰ্ছৰ বিৰুদ্ধে। চিকিৎসাৰ নামত গাফিলতিৰ অভিযোগ উত্থাপন কৰি নাৰ্চে দাবী কৰা ধন আদায় দিব নোৱাৰাৰ বাবেই নাৰ্ছে শিশুটিক হত্যা কৰাৰ গুৰুতৰ অভিযোগ আনে শিশুটিৰ পৰিয়ালে ।

ইফালে সমগ্ৰ অভিযোগ একেমুখে নস্যাৎ শিশু বিভাগৰ চিকিৎসক ৰাজীৱ ফুকনৰ। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি  দেওবাৰে নিশা চিকিৎসালয়খনত বিৰাজ কৰে চেপা উত্তেজনাই।

No comments