Breaking News

ঢেকীয়ালত সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতা




অনিন্দ সুন্দৰ শৰ্মা ঠাকুৰ, বৰুৱা বামুনগাঁও: গোলাঘাট জিলাৰ আগশাৰীৰ নাট্য দল"পদাতিক"ৰ উদ্যোগত অষ্টম সংখ্যক সদৌ অসম প্ৰাইজমানি একাংক নাটক প্ৰতিযোগিতা আয়জন কৰা হৈছে।অহা ২৫ আৰু ২৬ ডিচেম্বৰত, ঢেকীয়াল সাংস্কৃতিক ভবনত এই প্ৰতিযোগিতা অনুস্থিত হব।ৰাজ্যৰ ইচ্ছুক নাট্য দল সমুহে দেবব্ৰত শ ইকীয়া ,সম্পাদক, পদাতিক নাট্য গোষ্ঠী, বা ৯১০১৬৫৮২৩৪ ত যোগাযোগ কৰিব পাৰিব।

আজি সিদ্ধান্ত হয় এই প্ৰতিযোগিতা অনুষ্ঠিতকৰণৰ।

No comments