Breaking News

কভিডত আক্ৰান্ত চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং



মৃত্যুঞ্জয় দাস, সোণাৰিঃ এইবাৰ কভিডত আক্ৰান্ত চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং। দুলীয়াজানত অনুষ্ঠিত এছপি সন্মিলনত অংশগ্ৰহণ কৰিছিল আৰক্ষী অধীক্ষক গৰাকীয়ে। মঙ্গলবাৰে সোণাৰিৰ চৰকাৰী আৱাসত ৰেপিড এণ্টিজেন টেষ্ট কৰাত ক'ভিড পজিটিভ ধৰা পৰে আৰক্ষী অধীক্ষক গৰাকীৰ দেহত। সম্প্ৰতি হোম আইচ'লছনত আছে আৰক্ষী অধীক্ষক গৰাকী।

No comments