Breaking News

সৰবৰহী ধৰ্মপ্ৰাণব্যক্তি মৃত্যুত শোকৰ ছাঁ

       


                                

ৰত্নেশ্বৰ হাজৰিকা ঘিলাধাৰীঃ গোলাঘাত জিলা ঘিলাধাৰী থানা অন্তৰ্গত ১নং বৰজান গাঁৱৰ নিবাসী তথা বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ,সৰবৰহী ধম্নপ্ৰাণ ব্যক্তি জীৱন বৰা বাৰ্ধক্য জনিত কাৰণত আজি দিনৰ ১২.১৫ বজাত নিজা বাসগৃহত ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ঁত পত্নী তিনিজন পূত্ৰ,বোৱাৰী,নাতি-নাতিনীক ইহসংসাৰত এৰিথৈ গৈছে। তেখেতৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ।

No comments