Breaking News

ভয়ংকৰ ঘটনা। নাগিনীমৰা ইংলক থানা অন্তগৰ্ত লাইনছিলিপত অঘটন।



পাৰচিচ আহমেদঃ ভয়ংকৰ ঘটনা। নাগিনীমৰা ইংলক থানা অন্তগৰ্ত লাইনছিলিপত অঘটন। কয়লাজুলত কয়লা খনন কৰি থকা অৱস্থাত গেছ নিৰ্গত হৈ ৭ জন শ্ৰমিকৰ অৱস্থা সংকটজনক।  অসুস্থ অৱস্থাত শ্ৰমিককেইজনক উন্নত চিকিত্সাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিত্সা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীলৈ ৰাওনা হৈছে প্ৰশাসনৰ লোক। 



অসুস্থ লোককেইজন ক্ৰমে আৰিফ আহমেদ,সমীৰ আলি, নবিৰ হুছেইন, সবিবোৰ ৰহমান,উষ্মান আলি, আব্দুল মুটলাব, দিলদৰ হুছেইন বুলি জানিব পৰা গৈছে।

 

No comments