Breaking News

কলিয়াবৰৰ বিহু নৃত্য কৰ্মশালাত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ



ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাৰ উদ্যোগত  কুঁৱঁৰীটোল শ্বহীদ স্মৃতিস্তম্ভ প্ৰাঙ্গনত অনুষ্ঠিত ১০ দিনীয়া বিহু নৃত্য আৰু ঢোল বাদন কৰ্মশালাত এগৰাকী প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। কৰ্মশালাত প্ৰস্তুতি পৰাশৰে  প্ৰশিক্ষাৰ্থীৰ সৈতে ঢোল - পেঁপাৰ তালে তালে ককাল ঘূৰাই বিহু নৃত্য প্ৰদৰ্শন কৰে । লোকসংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মৰ আগ্ৰহ দেখি অভিভূত হৈ পৰে অভিনেত্ৰী গৰাকী। 




No comments