Breaking News

পৰিবেশ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰ মহকুমা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা



ডিজিটেল সংবাদ, কলিয়াবৰঃ পৰিবেশ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰ মহকুমা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা ।  ১৪৪ ধাৰা বলবৎ থকা সময়চোৱাত বিক্ৰী আৰু ব্যৱহাৰ কৰিব নোৱাৰিব পলিথিনৰ বেগ ।

মঙ্গলবাৰৰে পৰা কলিয়াবৰত প্ৰযোজ্য হৈছে পলিথিনৰ নিষিদ্ধকৰণ। এতিয়াৰে পৰা কলিয়াবৰত পলিথিনৰ বেগ বিক্ৰী অথবা ব্যৱহাৰ কৰিলেই ১৪৪ ধাৰাৰ অধীনত দণ্ডনীয় অপৰাধ বুলি গন্য কৰা হ'ব ।



কলিয়াবৰ মহকুমা প্ৰশাসনে ইতিমধ্যে ব্যৱসায়ী আৰু ৰাইজৰ জ্ঞাতাৰ্থে ৰাজহুৱা ঘোষণাৰো ব্যৱস্থা কৰিছে ।

No comments