Breaking News

২৩হাজাৰ যুৱক-যুৱতীৰ হাতত নিযুক্তি পত্ৰ তুলি দিলে ৰাজ্য চৰকাৰে




খানাপাৰাৰ পশু  চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্যান্য বিভাগীয় মন্ত্ৰীয়ে প্ৰায় ২৩ হাজাৰ যুৱক-যুৱতীৰ হাতত তুলি দিলে বিভিন্ন বিভাগৰ অধীনত চৰকাৰী নিযুক্তি পত্ৰ।

ইয়াৰ ভিতৰত গৃহ বিভাগতঃ ৮,৮৬৭টা, প্ৰাথমিক শিক্ষাঃ ৭,৪২২টা, মাধ্যমিক শিক্ষাঃ ৩,৫১৭টা, উচ্চ শিক্ষাঃ ১২৪টা, জনস্বাস্থ্য কাৰিকৰীঃ ৩৩০টা, জলসম্পদঃ ১০৫টা, সমাজ কল্যানঃ ৬৯টা, স্বাস্থ্যঃ ২,৪১৯টা,

কৃষিঃ ৫৫, পৰিৱেশ আৰু বনঃ  ২৩, লোক নিৰ্মাণঃ ৮, খনি আৰ খনিজ পদাৰ্থঃ ২, শ্ৰমিক কল্যানঃ ১৭টা পদৰ বাবে আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।


No comments