Breaking News

আৰম্ভ হৈছে মীট গালা ২০২২



ডিজিটেল ডেস্কঃ আৰম্ভ হৈছে মীট গালা ২০২২। হলীউডৰ বহু তাৰকাৰ লগতে অন্য মনোৰঞ্জন জগতৰ আৰু অন্য অন্য ক্ষেত্ৰৰো বিভিন্ন তাৰকাৰ পয়োভৰ এই মীট গালাত। মীট গালাত এইবাৰ  সূদীৰ্ঘ ২১ বছৰৰ অন্তত প্ৰদাৰ্পন ঘটিছে হিলাৰী ক্লিণ্টনৰ। মেৰুণ ৰঙৰ এটা গাউন পিন্ধি আহিছে অনুষ্ঠানলৈ।বৰ্তমানলৈ প্ৰিয়ংকা বা দীপিকা কোনো এগৰাকীকে মীট গালাৰ অনুষ্ঠানত দেখা পোৱা হোৱা নাই। ভাৰতীয় নতাশা পুণাৱালাকো ব্যতিক্ৰমী সাজত মীট গালাত দেখা পোৱা গৈছে। সব্যসাচীৰ এখন সোণালী ৰঙৰ সাধাৰণ শাৰীৰ সৈতে সোণালী এক আজৱ ফ্ৰেমত দেখা পোৱা গৈছে নতাশাক।

No comments