Breaking News

আপুনি টিভি বেছিকৈ চায় নেকি? যদি চাই তেন্তে জানক আপুনি কি কি সমস্যাত পৰিব পাৰে .......

 


যদিহে প্ৰতিদিনে টেলিভিছন চোৱাত গুৰুত্বপূৰ্ণ সময় অতিবাহিত কৰে, তেন্তে জানক কি কি অসুবিধা হ’ব পাৰে আপোনাৰ। যদিহে আপুনি বেচি সময়ত আপুনি টিভি চাই ভাল পায়  তেন্তে আপোনাৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা অধিক । এক নতুন অধ্যয়ন অনুসৰি, যদি মানুহে টেলিভিছন চোৱাৰ ম্যাদ দিনে এক ঘণ্টাতকৈ কম কৰে তেন্তে হৃদৰোগৰ পৰা প্ৰায় ১১ শতাংশ প্ৰতিৰোধ কৰাত আপুনি সফল হ’ব পাৰে।

হংকং বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক আৰু গৱেষণাৰ লেখক ডাঃ ইয়ংৱন কিমে দ্য গাৰ্ডিয়ানক কয় , "টিভি চোৱাত অতিবাহিত কৰা সময় হ্ৰাস কৰাটো হৃদৰোগ প্ৰতিৰোধৰ বাবে এক মুখ্য আচৰণগত লক্ষ্য হিচাপে স্বীকৃত হ'ব পাৰে।

No comments