Breaking News

অষ্ট্রেলিয়াৰ প্রাক্তন ক্রিকেটাৰ এণ্ড্রিউ ছাইমণ্ডছৰ পথ দুৰ্ঘটনাত মৃত্যু..........

 


    অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ এণ্ড্ৰিউ ছাইমণ্ডছৰ শনিবাৰে নিশা এক পথ দুৰ্ঘটনাত মৃত্যু হয়।  জনপ্ৰিয় অষ্ট্ৰেলীয়না ক্ৰিকেটাৰ গৰাকীৰ আকস্মিক মৃত্যুক ক্ৰিকেট জগতত গভীৰ শোকৰ ছাঁ পৰিছে।  কুইন্সলেণ্ডত পথ দুৰ্ঘটনাত পতিত হৈছিল তাৰকাগৰাকী ক্ৰিকেটাৰ গৰাকী। ছাইমণ্ডছক তেওঁৰ সময়ৰ অন্যতম শক্তিশালী বেটছমেন হিচাপে গণ্য কৰা হৈছিল। মৃত্যুৰ সময়ত ছাইমণ্ডছৰ বয়স আছিল ৪৬ বছৰ। ২০০৩ আৰু ২০০৭ৰ বিশ্বকাপ জয়ী অষ্ট্রেলিয়া দলৰ সদস্য আছিল এণ্ড্ৰিউ চাইমণ্ডছ

No comments