Breaking News

দশম স্থান দখলেৰে কলা শাখাত সোণাৰিলৈ গৌৰৱ কঢ়িয়ালে প্ৰিয়াংশু দাসে…

 


ডিজিটেল সংবাদ,সোণাৰিঃ সোণাৰিলৈ গৌৰৱ কঢ়িয়ালে প্ৰিয়াংশু দাসে।সোণাৰিৰ কৰ্মাচ কলেজৰ পৰা অসমৰ ভিতৰতে দশম স্হান দখল প্ৰিয়াংশুৰ।দীলিপ দাস আৰু দিপীকা দাসৰ পুত্ৰ প্ৰিয়াংশুৱে সোণাৰিৰ শনিমন্দিৰ পথৰ নিবাসী মোমায়েক ৰূপন দাসৰ বাসগৃহত থাকি অধ্যয়ন কৰিছিল।

No comments