Breaking News

আজিৰ পৰা পুনৰ বন্ধ হল মাজুলী নিমাতি ফেৰী সেৱা..

 


ডিজিটেল সংবাদ মাজুলীঃআজিৰ পৰা পুনৰ বন্ধ হল মাজুলী নিমাতি ফেৰী সেৱা।যোৱা কেইবাদিনো ধৰি হৈ থকা বৰুষুণ ৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ, ডুব গৈছে ফেৰী ৰখোৱা ৰেম্প সমুহ, ইফালে ব্ৰহ্মপুত্ৰ ত সোতৰ পৰিমাণ বৃদ্ধি পাইছে যাৰ প্ৰৰিপ্ৰেক্ষিতত যাত্ৰীৰ সুৰক্ষা ৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ পৰা মাজুলী জিলা প্ৰশাসনে অনিদিষ্ট কাললৈ বন্ধ কৰিছে মাজুলী নিমাটী মাজত চলাচল কৰা ফেৰী সেৱা । ব্ৰহ্মপুত্ৰ নদীৰ পানী কমিলেহে পুনৰ ফেৰী সেৱা আৰম্ভ কৰিব পৰা যাব বুলি আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ লোকে জানিবলৈ দিছে 

No comments