Breaking News

কল্পনা দাসৰ মৃত্যুত শোক.......



নুমলীগড় শোধনাগাৰৰ AMC শ্ৰমিক ,Raw Water Treatment Plant ত কৰ্মৰত প্ৰভাত দাসৰ পত্নী কল্পনা দাসৰ আজি পুৱা গুৱাহাটীত চিকিৎসাধীন অৱস্থাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।! দাসৰ কেন্সাৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল । মৃত্যুৰ সময়ত কল্পনা দাসে স্বামী আৰু এটি পুত্ৰসহ অনেক গুনমুগ্ধক ইহসংসাৰত এৰি থৈ যায় । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৩৮ বছৰ হৈছিল ।

No comments