Breaking News

পুনৰ অসুস্থ হৈ পৰিল জুবিন গাৰ্গ

 


পুনৰ অসুস্থ হৈ পৰিল জুবিন গাৰ্গ।অসুস্থ জুবিনক ভৰ্তি কৰোৱা হৈছে ডিব্ৰুগড় সঞ্জীৱনী হাস্পতালত।মঙ্গলবাৰে নিশা বাথৰুমত ঢলি পৰিছিল জুবিন। বাথৰূমত ঢলি পৰি মূৰত আঘাত পাইছিল জুবিন গাৰ্গে।ডিব্ৰুগড় মনোহাৰি ৰিজৰ্টত আছিল জুবিন।বৰ্তমান সঞ্জীৱনী হাস্পাতালত বিশেষজ্ঞ চিকিৎসকৰ নিৰীক্ষনত আছে জুবিন গাৰ্গপুনৰ অসুস্থ হৈ পৰা জুবিন গাৰ্গক বুধবাৰৰ পুৱা ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হয় । বৰ্তমান সঞ্জীৱনী হাস্পতালৰ আই চি ইউত আছে জুবিন গাৰ্গ। ইতিমধ্যে যাৱতীয় পৰীক্ষাসমূহ কৰা হৈছে ।  চিন্তাৰ বিশেষ কাৰণ নাই বুলি হস্পিতাল কৰ্তৃপক্ষই জানিবলৈ দিছে।  আৱেলি ভাগলৈ চিকিৎসকে তেওঁক যাবলৈ দিয়াৰ সম্ভাৱনাই অধিক।

No comments