Breaking News

লক্ষিমপুৰৰ অসম-অৰুণাচল সীমান্তত গুলীচালনা ঘটনা



 লক্ষিমপুৰৰ অসম-অৰুণাচল সীমান্তত গুলীচালনা ঘটনা

অসমৰ বনাঞ্চলত পথ নিৰ্মাণক লৈ তীব্ৰ সংঘাত, 

লখিমপুৰৰ অৰুণাচল সীমান্তত গুলীচালনা। 

পথ পৰ্যবেক্ষণৰ বাবে গৈছিল অসমৰ বন বিভাগৰ বিষয়া। 

পৰ্যবেক্ষণৰ বাবে উপস্থিত হওঁতেই অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনা।

জংঘলৰ পৰা কেইবাজাঁই গুলী ফুটায় দুৰ্বৃত্তই

প্ৰত্যুত্তৰত বন বিভাগৰ কৰ্মীৰো গুলীচলনা


No comments