Breaking News

পুনৰ অশান্ত অসম অৰুণাচল সীমান্ত।

 


পুনৰ অশান্ত অসম অৰুণাচল সীমান্ত। হাতে হাতে অস্ত্ৰলৈ  অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমন অসমীয়াৰ উপৰত। ঘৰ ভাঙি আক্ৰমণ চলাই অৰুণাচলী দুৰ্বৃত্তই। ধেমাজিৰ পাণবাৰীৰ অসম-অৰুণাচল সীমান্তত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।অৰুণাচলী দুৰ্বৃত্তই অসমৰ মাটি দখল কৰি স্থাপন কৰিছে সুৰাৰ বিপনী। অসম-অৰুণাচল সীমান্ত সমস্যাৰ দূৰ কৰিবৰ বাবে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত  বৈঠক অনুষ্ঠিত হৈ থকাৰ সময়তে সংঘটিত হোৱা এই ঘটনাই এতিয়া সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ।

No comments