Breaking News

মধ্যপ্ৰদেশত ভয়ংকৰ বাছ দুৰ্ঘটনাঃ



মধ্য প্ৰদেশৰ ধাৰ জিলাত সংঘটিত হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনা। ১৩ জনৰ মৃত্যু মধ্য প্ৰদেশৰ ধাৰ জিলাৰ ইন্দোৰৰ পৰা পুনেলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। খালঘাট অঞ্চলৰ এখন দলঙৰ ৰেলিং ভাঙি নৰ্মদা নদীত বাগৰি পৰে মহাৰাষ্ট্ৰ ৰোডৱেজবাছখন। বাছখনত আছিল প্ৰায় ৪০ জন যাত্ৰী। বৰ্তমানলৈকে ১৩ জন লোকৰ মৃতদেহ আৰু ১৫ জন লোকক জীৱন্তে ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান ।


No comments