Breaking News

অৰুণাচলত ১৪ গৰাকী নগা উগ্ৰপন্থীৰ আত্মসমৰ্পন



অৰুণাচল প্ৰদেশৰ লংডিং আৰক্ষীয়ে চলাই থকা " অপাৰেশ্যন মূলসূতি" ৰ অধীনত এক বৃহৎ সাফল্য হিছাপে আজি আৰক্ষীৰ ওচৰত ১৪ গৰাকী নগা উগ্ৰপন্থী গোট এন এছ চি এনৰ কেডাৰে অস্ত্ৰ সহ আত্মসমৰ্পন কৰে । এন এছ চি এন ইছাক মুইভা গোটৰ ১০ গৰাকী, খাপ্লাং য়ং অং ( কে ৱাই এ) গোটৰ ২ গৰাকী, ইউনিফিকেচন ( ইউ) গোটৰ ১ গৰাকী আৰু ই এন এন জি গোটৰ ১ গৰাকী সদস্যই আজি মূলসূতিলৈ ঘূৰি আহে বুলি সেনাৰ এক বিশেষ সূত্ৰই জনায়। এই সকল সদস্যই অসম - অৰুণাচল সীমান্তত বলপূৰ্বক ভাৱে ধন দাবী কৰি আহিছিল।

No comments