Breaking News

দিল্লীৰ উপ–মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়ালৈ চমনঃ ২৯ ছেপ্টেম্বৰত হাজিৰ হোৱাৰ নিৰ্দেশ কামৰূপ চি জে এম আদালতৰ



দিল্লীৰ উপ–মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়ালৈ চমনঃ ২৯ ছেপ্টেম্বৰত হাজিৰ হোৱাৰ নিৰ্দেশ কামৰূপ চি জে এম আদালতৰ

কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ চমন দিল্লীৰ উপ–মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়ালৈ । অহা  ২৯ ছেপ্টেম্বৰত ছিছ’ডিয়াক  হাজিৰৰ নিৰ্দেশ কামৰূপ CJMৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফৌজদাৰী মানহানি গোচৰৰ ভিত্তিতেই ছিছ’ডিয়ালৈ  চমন CJMৰ । 

উল্লেখ্য যে পিপিই কিট ক্ৰয়ত কেলংকাৰী হোৱা বুলি এক সংবাদমেল যোগে অভিযোগ উত্থাপন কৰিছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতেই  ৫ আগষ্টত মনীষ ছিছ’ডিয়াৰ বিৰুদ্ধে গোচৰত জবানবন্দী দিছিল হিমন্ত বিশ্ব শৰ্মাই।

No comments