Breaking News

পুত্ৰৰ আক্ৰমণত চিকিৎসাধীন মাতৃ




গোলাঘাটৰ ধনশিৰি পাৰঘাটত চাঞ্চল্যকৰ ঘটনা।পুত্ৰৰ আক্ৰমণত চিকিৎসাধীন মাতৃ।পুত্ৰৰ দ্বাৰা মাকক চোকা অস্ত্ৰৰে ডিঙি,হাত আদিত আক্ৰমণ কৰাৰ ফলত গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হ'বলগীয়া হয় মিনা তুৰী নামৰ মহিলা গৰাকী।ভাং আদি ৰাগিয়াল বস্তু সেৱন কৰি মানসিক ভাৱে অস্থিৰ হৈ থকা বিনোদ তুৰী ওৰফে মুন্নাক ঘটনাৰ পিছতেই আটক কৰে আৰক্ষীয়ে।

No comments